Hello, friends welcome to abcd-iq.blogspot.com. I am Anujit Dhar and we discuss all the Current Affairs and General Knowledge for C.TET, SSC, RRBS, IBPS, UPSC, etc. Hope you are going to get the Knowledge and enjoy
১। অসমৰ প্ৰথম মুখ্য়মন্ত্ৰী........
☞গোপীনাথ বৰদলৈ ।
২। অসমৰ প্ৰথম ৰাজ্যপাল..........
☞বিষ্ণুৰাম মেধি ।
৩। অসমৰ প্ৰথম স্নাতক.............
☞আনন্দৰাম বৰুৱা ।
৪। অসমৰ প্ৰথম চিত্ৰনিৰ্মাতা............
☞জ্যোতিপ্ৰসাদ আগৰৱালা ।
৫। অসমৰ প্ৰথম ষ্টুডিঅ'.............
☞জ্যোতিচিত্ৰবন ।
৬। অসমৰ প্ৰথম মহাবিদ্যালয়.............
☞কটন কলেজ ।
৭। অসমৰ প্ৰথম মেডিকেল কলেজ........
☞অসম মেডিকেল কলেজ ।
৮। অসমৰ প্ৰথম মূখ্যন্যায়ধীশ...........
☞হলিৰাম ডেকা ।
৯। অসমৰ প্ৰথম অসমীয়া মহিলা I A S...........
☞পাৰুল দাস ।
১০। অসমৰ প্ৰথম অসমীয়য়া I C S..........
আনন্দৰাম বৰুৱা ।
১১। অসমৰ প্ৰথম অসমীয়া মহিলা স্নাতক..........
☞শুলধৰ দুৱৰা ।
১২। অসমৰ প্ৰথম অসমীয়া চাহ খেতিযক............
☞মণিৰাম দেৱান ।
১৩। অসমৰ প্ৰথম অসমীয়া বোলছবি..........
☞জযমতী ।
১৪। অসমৰ প্ৰথম অসমীয়া ৰঙীন ছবি............
☞ভাইটি ।
১৫। অসমৰ প্ৰথম অসমীয়া আলোচনী..............
☞অৰুনোদয় ।
১৬। অসমৰ প্ৰথম অসমীয়া শিশু আলোচনী.............
☞লৰা বন্ধু ।
অসমৰ বিষয়ে কিছু কথা জানো আহক
১। অসমৰ প্ৰথম মুখ্য়মন্ত্ৰী........
☞গোপীনাথ বৰদলৈ ।
২। অসমৰ প্ৰথম ৰাজ্যপাল..........
☞বিষ্ণুৰাম মেধি ।
৩। অসমৰ প্ৰথম স্নাতক.............
☞আনন্দৰাম বৰুৱা ।
৪। অসমৰ প্ৰথম চিত্ৰনিৰ্মাতা............
☞জ্যোতিপ্ৰসাদ আগৰৱালা ।
৫। অসমৰ প্ৰথম ষ্টুডিঅ'.............
☞জ্যোতিচিত্ৰবন ।
৬। অসমৰ প্ৰথম মহাবিদ্যালয়.............
☞কটন কলেজ ।
৭। অসমৰ প্ৰথম মেডিকেল কলেজ........
☞অসম মেডিকেল কলেজ ।
৮। অসমৰ প্ৰথম মূখ্যন্যায়ধীশ...........
☞হলিৰাম ডেকা ।
৯। অসমৰ প্ৰথম অসমীয়া মহিলা I A S...........
☞পাৰুল দাস ।
১০। অসমৰ প্ৰথম অসমীয়য়া I C S..........
আনন্দৰাম বৰুৱা ।
১১। অসমৰ প্ৰথম অসমীয়া মহিলা স্নাতক..........
☞শুলধৰ দুৱৰা ।
১২। অসমৰ প্ৰথম অসমীয়া চাহ খেতিযক............
☞মণিৰাম দেৱান ।
১৩। অসমৰ প্ৰথম অসমীয়া বোলছবি..........
☞জযমতী ।
১৪। অসমৰ প্ৰথম অসমীয়া ৰঙীন ছবি............
☞ভাইটি ।
১৫। অসমৰ প্ৰথম অসমীয়া আলোচনী..............
☞অৰুনোদয় ।
১৬। অসমৰ প্ৰথম অসমীয়া শিশু আলোচনী.............
☞লৰা বন্ধু ।
*****ধন্যবাদ*****