আজি আমি আলোচনা কৰিম অসমৰ কোন কবিক কি বুলি জনা যায়.....।। ।।অসমৰ ইতিহাস।। General Knowledge..।। History of Assam।।

            নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

আজি আমি আলোচনা কৰিম অসমৰ কোনজন কবিক কি কবি বুলি জনা যায়..................






১। অসম কেশৰী..........
☞অম্বিকাগিৰী ৰায়চৌধুৰী।

২। বিহগী কবি........
☞ৰঘুনাথ চৌধুৰী।


৩। অগ্নি কবি.........
☞কমলাকান্ত ভট্টাচাৰ্য়্য।


৪। বাগ্মী বৰ........
☞নীলমনি ফুকন।


৫। ভাঙনি কোঁৱৰ........
☞আনন্দ চন্দ্ৰ আগৰৱালা।


৬। বিপ্লৱী কবি........
☞প্ৰসন্ন লাল চৌধুৰী।


৭। বন কোঁৱৰ.........
☞অনন্দিৰাম দাস।


৮। বন ফুলৰ কবি.........
☞যতীন্দ্ৰ নাথ দুৱৰা।


৯। দেশ ভক্ত.........
☞তৰুন ৰাম ফুকন।


১০। ধ্বনি কবি........
☞বিনন্দ চন্দ্ৰ বৰুৱা।


১১। কাব্য় ভাৰতী........
☞ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী।


১২। কলাগুৰু........
☞বিষ্ণু প্ৰসাদ ৰাভা।


১৩। কৰ্মশ্ৰী.........
☞হিতেশ্বৰ শইকীয়া।


১৪। কৰ্মবীৰ.......
☞নবীন চন্দ্ৰ বৰদলৈ।


১৫। লৌহ মানৱ..........
☞বিষ্ণু ৰাম মেধি।


১৬। লোক বন্ধু.........
☞ভূৱনেশ্বৰ বৰুৱা।


১৭। লোক নায়ক...........
☞অমিয় কুমাৰ দাস।


১৮। লোক প্ৰাণ........
☞মতিৰাম বৰা।


১৯। লোক প্ৰিয়.........
☞গোপীনাথ বৰদলৈ।


২০। নট সূৰ্য.........
☞ফনী শৰ্মা।


২১। প্ৰতিমাৰ খনিকৰ.......
☞চন্দ্ৰ কুমাৰ আগৰৱালা।


২২। ৰূপ কোঁৱৰ........
☞জ্য়োতি প্ৰসাদ আগৰৱালা।


২৩। সাহিত্য় ৰথী........
☞লক্ষ্মীনাথ বেজবৰুৱা।


২৪। সংগীত সম্ৰাট........
☞ডক্টৰ ভূপেন হাজৰিকা।


২৫। সেউজ কোঁৱৰ.........

পৰাগধৰ চলিহা।


২৬। শোনিত কোঁৱৰ.........
☞গজেন বৰুৱা।


২৭। ত্য়াগবীৰ.........
☞হেমচন্দ্ৰ বৰুৱা।


২৮। উপন্য়াস সম্ৰাট.........
☞ৰজনীকান্ত বৰদলৈ।


২৯। কোকিল কন্ঠী........
☞দিপালী বৰঠাকুৰয।




********ধন্যবাদ********

2 Comments

  1. এনেকুৱা কথাবোৰ Regularly দি থাকিব

    ReplyDelete
    Replies
    1. ধন্যবাদ চেষ্টা কৰিম

      Delete
Post a Comment
Previous Post Next Post