ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ প্ৰাৰম্ভিক বা সৰুকালৰ নাম..............History of India......General Knowledge....Child Name of Indian great man

  নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ প্ৰাৰম্ভিক বা সৰুকালৰ নামঃ


ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ প্ৰাৰম্ভিক বা সৰুকালৰ নামঃ


১) মহাত্মা গান্ধী ------ মোনিয়া ।

২) মহৰ্ষি বাল্মিকী ------ ৰত্নকাৰ ।

৩) গৌতম বুদ্ধ ------ সিদ্ধাৰ্থ ।

৪) যশোধৰা ------ গোপ ।

৫) শঙ্কৰাচাৰ্য ------ শঙ্কৰ ।

৬) সমৰ্থ ৰামদাস ------ নাৰায়ণ ।

৭) ৰামকৃষ্ণ পৰমহংস ------ গদাধৰ ।

৮) বাল গঙ্গাধৰ তিলক ------ কেশৱ ।

৯) ভগত সিং ------ ভাগ্যবান ।

১০) প্ৰেমচান্দ ------ মুঞ্চী ধনপত ৰায় ।

১১) তুলসীদাস ------ ৰামবোলা ।

১২) ঝাল্সীৰাণী লক্ষ্মীবাঈ ------ মনু ।

১৩) স্বামী দয়ানন্দ ------ মূলশঙ্কৰ ।

১৪) স্বামী ৰামতীৰ্থ ------ ৰামতীৰ্থ ।

১৫) দানবীৰ কৰ্ণ ------ বসুসেন ।

১৬) তীৰ্থকৰ মহাবীৰ ------ বৰ্দ্ধমান ।

১৭) চানক্য় ------ কৌটিল্য় ।

১৮) চৈতন্য ------ শ্ৰীনিমাই ।

১৯) ৰাণা সাংগা ------- সংগ্ৰাম সিংহ ।

২০) তানসেন ------ ৰামতনু ।

you may like to see: ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ইয়াৰ ব্যৱহাৰ https://abcd-iq.blogspot.com/2020/06/indian-flaggeneral-knowledge.html

২১) বন্দা বৈৰাগী ------ লক্ষণ দেৱ ।

২২) তান্তীয়া টোপী ------ ৰামচন্দ ৰাৱ ।

২৩) টিপু চুলতান ------ ফতেহ সিংহ ।

২৪) ভগিনী নিবেদিতা ------ মাৰ্গাৰেট এলিজাবেথন'বেঁল ।


সংগ্ৰহ অসম প্ৰকাশন ভাৰতী



Post a Comment (0)
Previous Post Next Post