প্ৰসিদ্ধ ব্যক্তিসকলৰ উপাধিবোৰ.......General Knowledge.......History of India...........

        নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো ।  ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


আজি আমি আলোচনা কাৰিম প্ৰসিদ্ধ ব্যক্তিসকলৰ উপাধিবোৰৰ বিষয়ে..........






যোগশ্বৰ..........শ্ৰীকৃষ্ণ

মৰ্যাদা পুৰোষোত্তম........শ্ৰীৰামচন্দ্ৰ

নেতাজী...........সুভাষ চন্দ্ৰ বসু

সত্যবাদী..........শ্ৰীহৰিশ্চন্দ্ৰ

ছত্ৰপতি..........শিৱাজী

পৰমসংহ........ৰামকৃষ্ণ

ভগিনী...........নিৱেদিতা

গুৰুদেৱ..........ৰবীন্দ্ৰনাথ ঠাকুৰ

যোগীৰাজ............অৰবিন্দ

বাপু..........মহাত্মা গান্ধী

খুড়া নেহৰু........জৱাহৰলাল নেহৰু

আজাদ..........চন্দ্ৰশেখৰ আজাদ

লৌহ পুৰুষ.........চৰ্দাৰ বল্লভ ভাই

সৰ্বপল্লী...........ডঃ ৰাধাকৃষ্ণণ

দেশৰত্ন..........ডঃ ৰাজেন্দ্ৰ প্ৰসাদ

লোকনায়ক.........জয়প্ৰকাশ নাৰায়ণ

শ্ৰীমন্ত.........শঙ্কৰদেৱ

বঢ়াৰপো.........মাধৱদেৱ




সংগ্ৰহ অসম প্ৰকাশন ভাৰতী



Post a Comment (0)
Previous Post Next Post