ভাৰতৰ বিষয়ে কিছু কথা জানো আহক.......General knowledge........ History of India........

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

আহক ভাৰতৰ বিষয়ে জানো........





১। ভাৰতৰ ঘনবসতিঃ  প্ৰতি বৰ্গ কিলোমিটাৰ ৩৮২ জন । (২০১১)

২। ভাৰতৰ শিক্ষিতৰ হাৰঃ  ৭৪.০৪ জন । (মতা-৮১.১৪%, তিৰোতা-৬৫.৮৬%)

৩। ভাৰতৰ পুৰুষ-মহিলাঃ 
১০০০ জন পৰুষৰ বিপৰীতে ৯৪০ গৰাকী মহিলা ।

৪। ভাৰতৰ সৰ্ব্বমুঠ ৰাজ্যঃ 
২৯ খন (তেলেংগানা-২/৬/২০১৪) ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ১ খন ৰাজ্য আৰু কেন্দীয় শাসিত অঞ্চল ৬ খন (মুঠ ৩৫ খন) ।

৫। ভাৰতৰ সৰ্ব্বমুঠ জিলাঃ  ৭৩৯ খন, ২০১১ চনৰ পিয়ল মতে ।

৬। ভাৰতৰ সৰ্ব্বমুঠ গাওঁঃ  ২০১১ চনৰ পিয়ল মতে ৬,৪০,৮৬৭ খন ।

৭। ভাৰতৰ সৰ্ব্বমুঠ নগৰঃ  ৭৯৩৫ খন নগৰ,চনৰ পিয়ল অনুসৰি ।

৮। ভাৰতৰ প্ৰধান ঘাইপথঃ
  ২৮৮ টা, ডিচেম্বৰ ২০১৬, কিন্তু নতুন পদ্ধতিৰে নম্বৰ দিয়াত ইয়াৰ সংখ্যা হ'ল ৮৭ টা ।

৯। ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘঃ  ১,৬৫,০০০ কিঃ মিঃ ডিচেম্বৰ ২০১৬ ।

১০। ভাৰতৰ ৰেল'পথৰ দৈৰ্ঘঃ  ১,১৫,০০০ কিঃ মিঃ (ব্ৰটগজ-৪৮৬৮৩, মিটাৰগজ-১১,৬৭৬, নেৰ'গজ-৩,০৭২)

১১। ভাৰতৰ সৰ্ব্বমুঠ ৰেল' ষ্টেচনঃ ৭,২১৬ টা ২০১৬ চনৰ ডিচেম্বৰ ।

১২। ভাৰতৰ সৰ্ব্বমুঠ পোষ্ট অফিচৰ সংখ্যাঃ ২০১৫ চনৰ ৩১ মাৰ্চ পৰ্য্য়ন্ত মুঠ ১৫৪,৯৩৯ টা ইয়াৰে ১,৩৯,২২২ টা গ্ৰাম্য় অঞ্চলত ।

১৩। ভাৰতৰ জাহাজ বন্দৰঃ ১৮৭ টা ( প্ৰধান বন্দৰ ১২ টা, মজলীয়া বন্দৰ আৰু ক্ষুদ্ৰ বন্দৰ ১৭৫ টা )

১৪। ভাৰতৰ বিমান ঘাটিঃ
  ১২৭ টা ( ১৫ টা আন্তজাতিক ঘাটি )

১৫। ভাৰতৰ সৰ্ব্বমুঠ মাতৃভাষাঃ  ১,৬৫২ টা । আদান-প্ৰদানৰ ভাষা-৩৩ টা । ৰষ্ট্ৰীয় স্বীকৃত ভাষা-২২ টা ।





সংগ্ৰহ অসম প্ৰকাশন ভাৰতী





Post a Comment (0)
Previous Post Next Post