আজি আমি আলোচনা কৰিম ভাৰত ৰত্ন প্ৰাপ্ত ব্য়ক্তিসকলৰ নাম.............General Knowledge......History of India..........

     নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

আজি আমি আলোচনা কৰিম ভাৰত ৰত্ন প্ৰাপ্ত ব্য়ক্তিসকলৰ নাম.............






কলা সাহিত্য়, বিজ্ঞান আৰু জনহিতকৰৰ কামত দেখুওৱা বিশেষ কৃতিত্বৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয় । এই বঁটা ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা । ১৯৫৪ চনৰ পৰা বৰ্তমানলৈকে এই বঁটা লাভ কৰা ব্য়ক্তি সকলঃ...........




১) এ. পি. জে. আব্দুল কালাম ১৯৯৮

২) এম. এছ. শুভলক্ষ্মী ১৯৯৮

৩) চি. সুব্ৰনিয়ম ১৯৯৮

৪) অটল বিহাৰী বাজপেয়ী ২০১৫

৫) গোপীনাথ বৰদলৈ ১৯৯৯

৬) জয় প্ৰকাশ নাৰায়ন ১৯৯৯

৭) অমৰ্ত্য় সেন ১৯৯৯

৮) শচীন তেণ্ডলকাৰ ২০১৪

৯) চিন্তামণি নাগেশ ৰামচন্দ্ৰ ৰাও ২০১৪

১০) মাদাৰ টেৰেচা ১৯৮০

১১) বিনোৱা ভাৱে ১৯৮৩

১২) খান আব্দুল গফৰ খান ১৯৮৭

১৩) এম. জি. ৰামচন্দ্ৰন ১৯৮৮

১৪) বি. আৰ. আম্বেদকাৰ ১৯৮৯

১৫) নেলচন মেণ্ডেলা ১৯৯০

১৬) চৰ্দাৰ বল্লভ ভাই পেটেল ১৯৯১

১৭) ৰাজীৱ গান্ধী ১৯৯১

১৮) মোৰাৰজী দেশাই ১৯৯১

১৯) নেতাজী সুভাষ চন্দ্ৰ বসু ১৯৯২

২০) মৌলানা আব্দুল কালাম আজাদ ১৯৯২

২১) জে. আৰ. ডি. টাটা ১৯৯২

২২) সত্য়জিত ৰায় ১৯৯২

২৩) অৰুণা আফচ আলি ১৯৯৭

you may like to see:  ভাৰতৰ বিখ্যাত কীৰ্তস্তম্ভ আৰু উচ্চতা
 https://abcd-iq.blogspot.com/2020/06/history-of-indiageneral-knowledge_12.html


২৪) গুলজাৰিলাল নন্দা ১৯৯৭

২৫) ওষ্টাদ বিচমিল্লাহ খান ২০০১

২৬) লতা মংগেশকাৰ ২০০১

২৭) ভীমসেন যোগী ২০০৮

২৯) মদন মোহন মালব্য ২০১৫

৩০) ডঃ ভূপেন হাজৰিকা ২০১৯





সংগ্ৰহ অসম প্ৰকাশন ভাৰতী


Post a Comment (0)
Previous Post Next Post