প্ৰসিদ্ধ ব্যক্তি সকলৰ জন্মস্থান......General Knowledge........History of India........

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC,  ইত্যাদি  পৰিক্ষাত প্ৰয়োজন হয়।


প্ৰসিদ্ধ ব্যক্তি সকলৰ জন্মস্থান




ভগৱান ৰামচন্দ্ৰ
------- অয্যোধা (উত্তৰ প্ৰদেশ) ।

ভগৱান কৃষ্ণ ------- মথুৰা (উত্তৰ প্ৰদেশ) ।

গৌতম বুদ্ধ ------- লুম্বিনী জংগল (নেপাল) ।

গুৰু গোবিন্দ সিংহ ------- পাটনা (বিহাৰ) ।

লক্ষ্মীবাঈ ------- বানাৰসী (উত্তৰ প্ৰদেশ) ।

স্বামী দয়ানন্দ ------ টংকাৰ (গুজৰাট) ।

মহাত্মা গান্ধী
------- পোৰবন্দৰ (গুজৰাট) ।

জয়প্ৰকাশ নাৰায়ণ ------- মিতাবদিয়াৰা (বলিয়া) (উত্তৰ প্ৰদেশ) ।

শ্ৰীমন্ত শংকৰদেৱ ------ বৰদোৱা, নগাওঁ (অসম) ।

শ্ৰী মাধৱদেৱ ------ উজীৰৰ টোল, নাৰায়ণপুৰ (অসম) ।


সংগ্ৰহ অসম প্ৰকাশন ভাৰতী

2 Comments

Post a Comment
Previous Post Next Post