আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বস্তুৰ বিষয়ে..............History of India......General Knowledge....

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বস্তুৰ বিষয়েঃ




১। ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বজ ----- জাতীয় পতাকা ।

২। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ----- বাঘ ।

৩। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ----- ময়ূৰ ।

৪। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল ----- পদুম ।

৫। ভাৰতৰ ৰাষ্ট্ৰীয় খেল ----- হকী ।

৬। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা ----- হিন্দী ।

৭। ভাৰতৰ জাতীয় গীত ----- বন্দে মাতৰম ।

৮। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ----- জনগণ মন...... ।

৯। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ----- অশোক স্তম্ভ ।

you may like to see:ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ইয়াৰ ব্যৱহাৰ বিষয়ে।। https://abcd-iq.blogspot.com/2020/06/indian-flaggeneral-knowledge.html

১০। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ ----- বট গছ ।

১১। ভাৰতৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰ ----- শক সম্বত ।

১২। ভাৰতৰ ধ্য়য় বক্য ----- সত্যমেৱ জয়তে ।



সংগ্ৰহ অসম প্ৰকাশন ভাৰতী




Post a Comment (0)
Previous Post Next Post