আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ বিজ্ঞানী সকলৰ বিষয়ে

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতবৰ্ষৰ প্ৰচীন কালৰ বিজ্ঞানী সকলঃ




বৰাহ মিহিৰঃ মহান জ্যোতিষী গণিতজ্ঞ ।

নাগাৰ্জুনঃ ৰসায়নবিদ ।

আৰ্যভট্টঃ বীজগণিত আৰু পৃথিৱীৰ পৰিভ্ৰমণ তত্বৰ উদ্ভাৱক ।

মহৰ্ষি কপিলঃ সাংখ্য শাস্ৰৰ প্ৰৱৰ্তক ।

ব্ৰহ্মগুপ্তঃ শূন্যৰ ব্যৱহাৰ প্ৰৱৰ্তক ।

কণাডঃ পৰামাণুবাদৰ প্ৰৱতক ।

শুশ্ৰুতঃ অস্ত্ৰোপচাৰ কৰা প্ৰসিদ্ধ চিকিতসক ।

চৰকঃ প্ৰসিদ্ধ চিকিৎসক ।

ভাস্কৰাচাৰ্যঃ গণিতজ্ঞ ।


ভাৰতবৰ্ষৰ আধুনিক কালৰ বিজ্ঞানী সকলঃ



আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ঃ ৰাসয়নবিদ ।

ডঃ মেঘনাদ চাহাঃ পদাৰ্থবিদ, মহাকাশ বিজ্ঞানী ।

জগদীশ চন্দ্ৰ বসুঃ গছৰ সংবেদনশীলতাৰ আৱিষ্কাৰক, বেতাৰ যন্ত্ৰৰ আৱিষ্কাৰ ।

চন্দ্ৰশেখৰ ভংকটৰমনঃ পদাৰ্থ বিজ্ঞানৰ ৰশ্মিৰ গৱেষণা কৰি নোবেল বঁটা লাভ ।

ডঃ এম. এছ. স্বামী নাথনঃ কৃষি বিজ্ঞানী ।

ডঃ এ. পি. আব্দুল কালামঃ ক্ষেপণাস্ত্ৰ বিজ্ঞানী ।

ডঃ হোমি জাহাঙ্গীৰ ভাবাঃ পৰামাণু বিজ্ঞানী ।

সতোন্দ্ৰ নাথ বসুঃ বছন কৰণা আৱিস্কাৰক, সাংখ্যিকীৰ প্ৰৱৰ্তক ।

শ্ৰীনিৱাস ৰামানুজনঃ সংখ্য়া সিদ্ধান্তৰ উদ্ভাৱক গণিতজ্ঞ ।

বিক্ৰম চাৰাভাইঃ মহাকাশ বিজ্ঞানী ।

বলবীৰ চাহানীঃ উদ্ভিদ বিজ্ঞানী ।

ৰাধানাথ সিকদাৰঃ গণিতজ্ঞ, মাউণ্ট এভাৰেষ্ট উচ্চতা নিৰূপক ।



সংগ্ৰহঃ অসম প্ৰকাশন ভাৰতী
Post a Comment (0)
Previous Post Next Post