আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ বিভিন্ন গ্ৰন্থ আৰু ইয়াৰ ৰচয়িতাসকল...........

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতবৰ্ষৰ বিভিন্ন গ্ৰন্থ আৰু ইয়াৰ ৰচয়িতাসকলঃ




শ্ৰীমদ্ ভগৱত গীতা...........মহৰ্ষি ব্যাসদেৱ ।

মহাভাৰত...........বেদব্যাস ।

ৰামায়ণ..........মহৰ্ষি বাল্মীকি ।

ত্ৰিপিটক..........গৌতম বুদ্ধ ।

পঞ্চতন্ত্ৰ.........বিষ্ণু শৰ্মা ।

ৰামচৰিত মানস........তুলসী দাস ।

সুৰ সাগৰ.........সুৰদাস ।

গীতাঞ্জলী.........ৰবীন্দ্ৰনাথ ঠাকুৰ ।

গীতা ৰহস্য.........তিলক ।

গোদান...........প্ৰেমচন্দ ।

অভিজ্ঞানম্ শকুন্তলম...........কালিদাস ।

বৈৰাগ...........ভৰ্তৃহৰি ।

অৰ্থশাস্ৰ..........কৌটিল্য ।

মেঘদূত..........কালিদাস ।

চৰক সংহিতা.........অগ্নিকেশ ।

কাদম্বৰী.........বাণভট্ট ।

ভাৰতসম্ভেদ.........জনহৰালাল নেহৰু ।

আনন্দমঠ.........বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ।

ভাৰতীয় দৰ্শন.........ডঃ ৰাধাকৃষ্ণণ ।

ভাৰত ভাৰতী.........মৈথিলীতৰণ গুপ্ত ।

স্বতন্ত্ৰ সংগ্ৰাম.........বিনায়ক দামোদৰ সাৱৰকাৰ ।

কীৰ্ত্তনঘোষা..........শঙ্কৰদেৱ ।

নামঘোষা...........মাধৱদেৱ ।

মোৰ সত্য অন্বেষণৰ কাহিনী.........মহাত্মা গান্ধী ।

দি ষ্টৰী অৱ মাই এক্সপেৰিমেন্ট ৱিথ ট্ৰথ (ইংৰাজী)...........মহাত্মা গান্ধী ।

জেল ডায়েৰী............জয়প্ৰকাশ নাৰায়ণ ।



সংগ্ৰহঃ অসম প্ৰকাশন ভাৰতী
Post a Comment (0)
Previous Post Next Post