The names, birth and death of all the prominent people of Assam in different fields | বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰধান ব্যক্তি সকলৰ নাম জন্ম আৰু মৃত্যু

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।



বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰধান ব্যক্তি সকলৰ নাম জন্ম আৰু মৃত্যু





১। শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮)

২। শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬)

৩। আনন্দৰাম ঢেকিয়াল ফুকন (২৪ ছেপ্টেম্বৰ ১৮২৯- ১৬ জুন ১৮৫৯)

৪। গুণাভিৰাম বৰুৱা (১২ জানুৱাৰী ১৯৩৪- ২৫ মাৰ্চ ১৮৯৮)

৫। হেমচন্দ্ৰ বৰুৱা (জুন ১৮৩৫- ১৭ মে ১৮৯৬)

৬। আনন্দৰাম বৰুৱা (২১ মে ১৮৫০ -১৯ জানুৱাৰী ১৮৮৯)

৭। ড ৰাধিকাৰাম ঢেকিয়াল ফুকন (৯ ডিচেম্বৰ ১৮৫৪- ১৮৯৫)

৮। সত্যনাথ বৰা (১৮৬০- ১৩ ডিচেম্বৰ ১৯২৫)

৯। লক্ষ্মীনাথ বেজবৰুৱা (১৪ অক্টোবৰ ১৮৬৪- ২৬ মাৰ্চ ১৯৩৮)

১০। ৰজনাকান্ত বৰদলৈ (২৪ নৱেম্বৰ ১৮৬৭- ২৫ মাৰ্চ ১৯৪০)

Post a Comment (0)
Previous Post Next Post