ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগ নাম...........

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতবৰ্ষৰ বাৰটা জ্যোতিৰ্লিংগ...........






১) শ্ৰীসোমনাথ মন্দিৰ

২) শ্ৰীমল্লিকাৰ্জ্জুন মন্দিৰ

৩) শ্ৰীৰামেশ্বৰ মন্দিৰ

৪) শ্ৰীনামনাথ মন্দিৰ

৫) শ্ৰীমহাকাল জ্যোতিৰ্লিংগ

৬) শ্ৰীওঙ্কাৰেশ্বৰ মন্দিৰ

৭) বিশ্বনাথ জ্যোতিৰ্লিংগ

৮) শ্ৰীএম্ব্যকেশ্বৰ

৯) শ্ৰীপৰলী বৈজনাথ

১০) ভীমাশংকৰ মন্দিৰ

১১) কেদাৰ নাথ মন্দিৰ

১২) ঘৃণেশ্বৰ মন্দিৰ



সংগ্ৰহঃ অসম প্ৰকাশন ভাৰতী

Post a Comment (0)
Previous Post Next Post