।।....অসমৰ বিষয়ে জানো আহক.....খণ্ড নং - 2.....।।....অসমৰ ইতিহাস.....।।.......History of Assam....।।.....General Knowledge......।।



    নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


অসমৰ বিষয়ে জানো আহক.....................




১। অসমৰ মুখ্য ভাষা কি কি
অসমীয়া, বড়ো, বাংলা ।


২। অসমৰ জাতীয় প্ৰতীক
গড় ।


৩। অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ জিলা
নগাওঁ জিলা (১৮,২৬,০০৬) ।


৪। অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা
ডিমা হাছাও (২,১৩,৫২৯)।


৫। অসমৰ কোন জিলাত জনসংখ্যাৰ ঘনত্ব আঠাইতকৈ বেছি
কামৰূপ জিলাত । প্ৰতি বৰ্গকিল'মিটাৰ ২০১০ জন।


৬। অসমৰ কোন জিলাত জনসংখ্যাৰ ঘনত্ব আঠাইতকৈ কম
ডিমা হাছাও জিলাত । প্ৰতি বৰ্গকিল'মিটাৰ ৪৪ জন ।


৭। অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দৈৰ্ঘ কিমান
২৮৩৬ কিল'মিটাৰ ।


৮। গড়কাপ্তানি পথৰ দৈৰ্ঘ কিমান
৪০,৩৪২ কিল'মিটাৰ ।


৯। অসমৰ ৰেল পথৰ দৈৰ্ঘ কিমান
২৪৩৩.৩৪ কিল'মিটাৰ ।


১০। অসমৰ প্ৰধান দুটা শিল্প কি
চাহ আৰু খাৰুৱা তেল ।


♥♥♥♥♥ধন্যবাদ♥♥♥♥♥
Post a Comment (0)
Previous Post Next Post