।।....অসমৰ বিষয়ে জানো আহক.....।।....অসমৰ ইতিহাস.....।।.......History of Assam....।।.....General Knowledge......।।

    নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


অসমৰ বিষয়ে কিছু কথা জানো আহক................





১। অসমৰ ৰাজধানী
দিছপুৰ, গুৱাহাটী ।

২। অসমৰ সৰ্বমুঠ জিলা
৩৩ খন (২০১৬) ।

৩। অসমৰ মহকুমা
৭৮ টা ।

৪। অসমৰ মহানগৰ
এখন ( গুৱাহাটী) ।

৫। অসমৰ নগৰ
২১৪ খন ।

৬। অসমৰ গাঁও
২৫,৩১২ খন ।

৭। অসমৰ গাঁও পঞ্চায়ত
২২০২ খন ।

৮। অসমৰ উন্নয়ন খণ্ড
২১৯ টা ।

৯। অসমত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ
কামৰূপ (মহানগৰ) জিলা ৮৮.৮ শতাংশ ।

১০। অসমত আটাইতকৈ কম সাক্ষৰতাৰ হাৰ
ধুবুৰী জিলা ৫৯.৩৬ শতাংশ ।



☸ ☸ ☸ ☸ ☸ ☸ ধন্যবাদ ☸ ☸ ☸ ☸ ☸ ☸ 

Post a Comment (0)
Previous Post Next Post