।।..আজি আমি আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰী সমূহ ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে..।।..অসমৰ ইতিহাস..।।..General Knowledge..।।

    
         নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।




অসমৰ মুখ্যমন্ত্ৰী সমূহ ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে.........






১। গোপীনাথ বৰদলৈ । (১৯৪৭-১৯৫০)


২। বিষ্ণুৰাম মেধি । (১৯৫০-১৯৫৭)


৩। বিমলা প্ৰসাদ চলিহা । (১৯৫৭-১৯৭০)


৪। মহেন্দ্ৰ মোহন চৌধুৰী । (১৯৭০-১৯৭২)


৫। শৰত চন্দ্ৰ সিংহ । (১৯৭২-১৯৭৮)


৬। গোলাপ বৰবৰা । (১৯৭৮-১৯৭৯)


৭। যোগেন হাজৰিকা । (১৯৭৯-১৯৮০)


৮। আনোৱাৰা টাইমূৰ । (১৯৮০-১৯৮১)


৯। কেশৱ গগৈ । (১৯৮১-১৯৮৩)


১০। হিতেশ্বৰ শইকীয়া । (১৯৮৩-১৯৮৫)


১১। প্ৰফুল্ল কুমাৰ মহন্ত । (১৯৮৫-১৯৯০)


১২। হিতেশ্বৰ শইকীয়া । (১৯৯১-১৯৯৫)


১৩। প্ৰফুল্ল কুমাৰ মহন্ত । (১৯৯৫-২০০০)


১৪। তৰুণ গগৈ । (২০০১-২০১৬)


১৫। সৰ্ব্বানন্দ সোনোৱাল । (২৫ মে' ২০১৬- বৰ্তমানলৈ )


ধন্যবাদ
Post a Comment (0)
Previous Post Next Post