নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।
১। ধলা-শদিয়া দলং (অসম) দৈৰ্ঘ ৯,১৫০ মিটাৰ।
২। মহাত্মা গান্ধী সেতু (বিহাৰ) দৈৰ্ঘ ৫,৭৫০ মিটাৰ।
৩। বাদ্ৰা-ৱৰ্লি ছী লিংক (মহাৰাষ্ট্ৰ) দৈৰ্ঘ ৫,৫৭৫ মিটাৰ।
৪। বিক্ৰমশীলা সেতু (বিহাৰ) দৈৰ্ঘ ৪,৭০০ মিটাৰ।
৫। ভেনবানাদ ৰে'ল দলং (কেৰেলা) দৈৰ্ঘ ৪,৬২০ মিটাৰ।
৬। দীঘা-সোণপুৰ দলং (বিহাৰ) দৈৰ্ঘ ৪,৫৫৬ মিটাৰ।
৭। আৰা-চাপ্ৰা দলং (বিহাৰ) দৈৰ্ঘ ৪,৩৫০ মিটাৰ।
৮। কুভুৰ-ৰাজমুদ্ৰী (অন্ধ্ৰ প্ৰদেশ) দৈৰ্ঘ ৪,১৩৫ মিটাৰ।
৯। মুংগেৰ গঙ্গা দলং (বিহাৰ) দৈৰ্ঘ ৪,১৩৫ মিটাৰ।
১০। চালাৰীটাঘাট দলং (উত্তৰ প্ৰদেশ) দৈৰ্ঘ ৩,২৬০ মিটাৰ।
ভাৰতবৰ্ষৰ ১০ খন দীৰ্ঘ দলংৰ নাম.....................
১। ধলা-শদিয়া দলং (অসম) দৈৰ্ঘ ৯,১৫০ মিটাৰ।
২। মহাত্মা গান্ধী সেতু (বিহাৰ) দৈৰ্ঘ ৫,৭৫০ মিটাৰ।
৩। বাদ্ৰা-ৱৰ্লি ছী লিংক (মহাৰাষ্ট্ৰ) দৈৰ্ঘ ৫,৫৭৫ মিটাৰ।
৪। বিক্ৰমশীলা সেতু (বিহাৰ) দৈৰ্ঘ ৪,৭০০ মিটাৰ।
৫। ভেনবানাদ ৰে'ল দলং (কেৰেলা) দৈৰ্ঘ ৪,৬২০ মিটাৰ।
৬। দীঘা-সোণপুৰ দলং (বিহাৰ) দৈৰ্ঘ ৪,৫৫৬ মিটাৰ।
৭। আৰা-চাপ্ৰা দলং (বিহাৰ) দৈৰ্ঘ ৪,৩৫০ মিটাৰ।
৮। কুভুৰ-ৰাজমুদ্ৰী (অন্ধ্ৰ প্ৰদেশ) দৈৰ্ঘ ৪,১৩৫ মিটাৰ।
৯। মুংগেৰ গঙ্গা দলং (বিহাৰ) দৈৰ্ঘ ৪,১৩৫ মিটাৰ।
১০। চালাৰীটাঘাট দলং (উত্তৰ প্ৰদেশ) দৈৰ্ঘ ৩,২৬০ মিটাৰ।
***************ধন্যবাদ**************