।।আজি আমি আলোচনা কৰিম....অসমৰ কেইখন মান ঠাইৰ জনপ্ৰিয় নাম।।......অসমৰ ইতিহাস...........।।..History of Assam.....।।.....।।...General Knowledge..।।

        নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।



অসমৰ কেইখন মান ঠাইৰ জনপ্ৰিয় নাম......................






১। পূৱৰ মানচেষ্টাৰ-------------শুৱালকুছি।

২। অসমৰ নবদ্বীপ----------------নলবাৰী।

৩। অসমৰ তৈল নগৰী-------------ডিগবৈ।

৪। পঞ্চতীৰ্থ----------------------হাজো।

৫। অসমৰ পিৰামিড---------------চৰাইদেউৰ মৈদাম।

৬। অসমৰ স্কটলেণ্ড---------------হাফলং।

৭। অসমৰ চাহৰ ৰাজধানী----------যোৰহাট।


‌‍‌৮। অসমৰ সত্ৰ নগৰী ----------------বৰপেটা।


==============ধন্যবাদ =============
Post a Comment (0)
Previous Post Next Post