।।..আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্ববৃহত আৰু সৰ্বোচ্চ বস্তুৰ বিষয়ে...।।....History of India...।।....General Knowledge.....।।

        নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্ববৃহত আৰু সৰ্বোচ্চ ইত্য়াদি...............






১। ভাৰতবৰ্ষত সকলোতকৈ বেছি বৰষণ হোৱা ঠাই........
☞মৌচিনৰাম (মেঘালয়) ।


২। ভাৰতবৰ্ষৰ আটাইতকৈ ওখ পৰ্বত-শৃংগ...........
☞কাঞ্চনজঙ্ঘা (৮৫৮৬) মিটাৰ ।


৩। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নদী...........
☞গঙ্গা (২৫২৫) কি: মি: ।


4। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰে'লৱে প্লেটৰ্ফম............
☞খড়গপুৰ (পশ্চিমবংগ) ।


৫। ভাৰতবৰ্ষৰ আটাইতকৈ ওখ বান্ধ.........
☞ভাক্ৰা নাঙল (৭৪০) ফুট ।


৬। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মন্দিৰ...........
☞ইলোৰা (মহাৰাষ্ট্ৰ) ।


৭। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বনাঞ্চল...........
☞অসম ।


৮। ভাৰতবৰ্ষৰ সকলোতকৈ বেছি সাক্ষৰতাৰ ৰাজ্য়...........
☞কেৰেলা ।


৯। ভাৰতবৰ্ষৰ আটাইতকৈ পবিত্ৰ নদী..........
☞গঙ্গা নদী ।


১০। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বাৰাণ্ডা............
☞ৰামেশ্বৰম মন্দিৰ (৪০০০) ফুট ।


১১। ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল পথ-দলং..........
☞ধলা শদিয়া দলং (৯.১৫) কি: মি: ।


=====ধন্যবাদ=====
Post a Comment (0)
Previous Post Next Post