।।ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ দিৱস।।...........।।..Important holiday in India..।।...History of India....।।.General Knowledge...।।


     নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।



ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ দিৱস...............





১। আন্তৰাষ্টীয় মহিলা দিৱস................
৫ মাৰ্চ ।


২। আন্তৰাষ্টীয় যোগ দিৱস...........
২১ জুন ।


৩। ভাৰতীয় স্থল সেনা দিৱস...........
১৫ জানুৱাৰী ।


৪। ভাৰতীয় নৌ সেনা দিৱস...........
৪ ডিচেম্বৰ ।


৫। ভাৰতীয় বায়ু সেনা দিৱস..........
৮ অক্টোবৰ ।


৬। বিশ্ব ৰক্তদান দিৱস.............
১৪ জুন ।


৭। আন্তৰাষ্টীয় সাক্ষৰতা দিৱস...........
৮ ছেপ্তম্বৰ ।


৮। অশোক সিংহল, পূণ্য় তিথি...........
১৭ নৱেম্বৰ ।


৯। ভাৰতীয় সংবিধান দিৱস............
২৬ নবেম্বৰ ।


১০। মাতৃ-পিতৃ পূজন দিৱস...........
১৪ ফেব্ৰুৱাৰী ।


ধন্যবাদ 

Post a Comment (0)
Previous Post Next Post