অসমৰ কেইটামান বিমানবন্দৰৰ নামঃঃ............।।......অসমৰ ইতিহাস......।।....General knowledge.........।।...Airport Of Assam..

         নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।



অসমৰ কেইটামান বিমানবন্দৰৰ নামঃঃ





১। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ, (বৰঝাৰ, গুৱাহাটী)


২। ৰূপসী (ধুবুৰী)


৩। শালনি (তেজপুৰ)


৪। ৰৰৈয়া (যোৰহাট)


৫। লীলাবাৰী (উত্তৰ লক্ষীমপুৰ)


৬। মোহনবাৰী, চাবুৱা (ডিব্ৰুগড়)


৭। কুম্ভীগ্ৰাম (শিলচৰ)


*****ধন্যবাদ******

Post a Comment (0)
Previous Post Next Post