।।...অসমৰ ৰে'ল জংচনৰ বিষয়ে জানো আহক...।।..N.F. Railway...।।...General Knowledge....।।।।

    
    নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


অসমৰ ৰে'ল জংচনসমূহ....................






১। ফকিৰাগ্ৰাম ।


২। নিউ বঙাইগাঁও ।


৩। উত্তৰ ৰাঙাপাৰা ।


৪। চাপৰমুখ  ।


৫। লামডিং 
 ।


৬। ফৰকাটিং
 ।


৭। মৰিয়নি 
 ।


৮। শিমলুগুৰি 
 ।


৯। মাকুম 
 ।


১০। শেনচোৱা
 ।


১১। বদৰপুৰ 
 ।


১২। কৰিমগঞ্জ
 ।


১৩। কাটাখাল 
 ।


১৪। তিনিচুকীয়া
 ।


১৫। বৰাইগ্ৰাম 
 ।


১৬। ৰঙিয়া 
 ।


১৭। কামাখ্যা
 ।


ধন্যবাদ
Post a Comment (0)
Previous Post Next Post