অসমৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ......খণ্ড নং ২...।।....General Knowledge....।।

 নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


অসমৰ প্ৰধান শিক্ষানুষ্ঠান সমূহঃ




☯মেডিকেল কলেজঃ
১। অসম মেডিকেল কলেজ (ডিব্ৰুগড়),
২। গুৱাহাটী মেডিকেল কলেজ,
৩। শিলচৰ মেডিকেল কলেজ,
৪। ফকৰুদ্দিন মেডিকেল কলেজ বৰপেটা,
৫। যোৰহাট মেডিকেল কলেজ,
৬। তেজপুৰ মেডিকেল কলেজ,

☯অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ঃ জালুকবাৰী (গুৱাহাটী)।

☯অসম পশু চিকিৎসা মহাবিদ্যালয়ঃ
১। খানাপাৰা (গুৱাহাটী)।
২। আজাদ (লক্ষীমপুৰ)।

☯ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানঃ (IIT): উত্তৰ গুৱাহাটী।

☯কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত কলেজঃ গুৱাহাটী।

☯বাণীকান্ত কাকতি বি এড কলেজঃ গুৱাহাটী।

☯সৈনিক বিদ্যালয়ঃ মৰনৈ (গোৱাল পাৰা)।

☯আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ঃ
১। দেৰগাঁও।
২। তেজপুৰ লালবস্তি।

☯আৰবী ভাষাৰ মহাবিদ্যালয়ঃ ৰঙিয়া।

☯হিন্দী প্ৰশিক্ষণ মহাবিদ্যালয়ঃ
১।ডিফু,
২।উত্তৰ গুৱাহাটী।

☯সংস্কৃত ভাষাৰ মহাবিদ্যালয়ঃ
১।গুৱাহাটী,
২।নলবাৰী।

☯বিশ্ব স্বিস্থ্যকেন্দ্ৰ মহাবিদ্যালয়ঃ চাবুৱা (ডিব্ৰুগড় জিলা)।

☯ৰেচম প্ৰশিক্ষণ কেন্দ্ৰঃ তিতাবৰ (যোৰহাট জিলা)


☯কলা-বোবাৰ স্কুলঃ
১। নগাঁও (শঙ্কৰ মিছন),
২। গুৱাহাটী(বশিষ্ঠ)।

☯কৃষি গবেষণা কেন্দ্ৰঃ
১।গুৱাহাটী (কাহিকুঁচি)।
২।ডিফু।
৩।আকবৰপুৰ(কৰিমগঞ্জ)।

You May Like to See:https://abcd-iq.blogspot.com/2020/05/today-we-are-discussing-of-ancient-india.html

☯বন প্ৰশিক্ষণ কেন্দ্ৰঃ মাকুম।

☯মীন মহাবিদ্যালয়ঃ ৰহা।

☯বন সেৱা মহাবিদ্যালয়ঃ বৰ্ণিহাট।

☯পলিটেকনিক বিদ্যালয়ঃ

১। যোৰহাট।
২। শলচৰ।
৩। নগাঁও।
৪। তেজপুৰ।
৫। বৰপেটা।
৬। ডিফু।
৭। গুৱাহাটী।
৮। গোলাঘাট।
৯। বঙাইগাঁও।





ধন্যবাদ


Post a Comment (0)
Previous Post Next Post