অসমৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ...।।..আমি জানো আহক..।।....General Knowledge....।।


        নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


আজি আমি আলোচনা কৰিম অসমৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ.................





☸ৰাজ্যিক বিশ্ববিদ্যালয়ঃ

১। গুৱাহাটী বিশ্ববিদ্যালয় ।

২। ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

৩। অসম কৃষি বিশ্ববিদ্যালয় (যোৰহাট) ।

৪। শ্ৰীমন্ত শংকৰদেৱ অসম চিকিৎসা বিশ্ববিদ্যালয় (গুৱাহাটী) ।

৫। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় ।

৬। কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় ।

৭। অসম ৰাজ্য়িক মহিলা বিশ্ববিদ্যালয় (যোৰহাট) ।

৮। কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পূৰাতন বিশ্ববিদ্যালয় (নলবাৰী) ।

৯। বড়োলেণ্ড বিশ্ববিদ্যালয় (কোকৰাঝ) ।

১০। অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (গুৱাহাটী) ।

১১। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (নগাওঁ) ।

১২। অসম ৰাজিৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (শিৱসাগৰ) ।






☸কেন্দ্ৰীয় বিশ্ববিদ্যালয়ঃ




১। অসম বিশ্ববিদ্যালয় (শিলচৰ) ।

২। কেন্দ্ৰীয় বিশ্ববিদ্যালয় (তেজপুৰ) ।

You May Like to See..https://abcd-iq.blogspot.com/2020/05/general-knowledge-history-of-Assam.html


☸ব্য়ক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ঃ




১। অসম ডাউন-টাউন বিশ্ববিদ্যালয় (গুৱাহাটী) ।

২।কাজিৰঙা বিশ্ববিদ্যালয় (যোৰহাট) ।

৩। ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় (গুৱাহাটী) ।

৪। ডনবস্কো বিশ্ববিদ্যালয় (গুৱাহাটী) ।

৫। নেচনেল ইউনিভাৰচিটি এণ্ড জুডিচিয়েল একাডেমী আছাম (গুৱাহাটী) ।


ধন্যবাদ
Post a Comment (0)
Previous Post Next Post