ভাৰতবৰ্ষৰ বিখ্যাত মন্দিৰসমূহ...||...ভাৰতৰ ইতিহাস.....||....General Knowledge...||

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


ভাৰতৰ বিখ্যাত মন্দিৰ







১। পদ্মনাভ মন্দিৰঃ কেৰেলাৰ ত্ৰিবান্দ্ৰমত অৱস্থিত।

২। দিলৱাৰা মন্দিৰঃ ৰাজস্থান মাউন্ট আবুত।

৩। নটৰাজ মন্দিৰঃ তামিলনাডু চিদাম্বৰমত।

৪। বিশ্বনাথ মন্দিৰঃ উত্তৰ প্ৰদেশৰ বাৰানসীত।

৫।মীনাক্ষি মন্দিৰঃ তামিলনাডুৰ মাদুৰাইত। (ভাৰতৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ)

৬। লিঙ্গৰাজ মন্দিৰঃ ওড়িছাৰ ভূৱনেশ্বৰত।

৭। জগন্নাথ মন্দিৰঃ ওড়িছাৰ পুৰীত।

৮। শিৱ দ'ল মন্দিৰঃ অসমৰ শিৱসাগৰ।

৯। কন্যাকুমাৰী মন্দিৰঃ তামিলনাডুৰ কেপক'মৰিনত।

১০। শূৰ মন্দিৰঃ তামিলনাডুৰ মহাবলীপুৰমত।

১১। কামাখ্যা মন্দিৰঃ অসমৰ গুৱাহাটী।

১২। স্বৰ্ণ মন্দিৰঃ পঞ্জাৱৰ অমৃতসৰত।

১৩। সূৰ্য মন্দিৰঃ ওড়িছাৰ কোণাৰ্কত।

১৪। তিৰুপতি মন্দিৰঃ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত।

১৪। মীৰাবাঈ মন্দিৰঃ ৰাজস্থানৰ চিতোৰগড়ত।

১৫। মহাবালেশ্বৰ মন্দিৰঃ মধ্যপ্ৰদেশ।

১৬। কৈলাশ মন্দিৰঃ মহাৰাষ্ট্ৰৰ ইলোৰাত।



ধন্যবাদ




Post a Comment (0)
Previous Post Next Post