ভাৰতৰ ৰাষ্ট্ৰপতিসকল....||...President of India......||.....History of India.........||.......General Knowledge....||

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।


ভাৰতৰ ৰাষ্ট্ৰপতিসকল ( ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে )





১। ডঃ ৰজেন্দ্ৰ প্ৰসাদঃ     
২৬ জানুৱাৰী, ১৯৫০-১৩ মে' ১৯৬২ ।

২। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণঃ  
১৩ মে', ১৯৬২-১৩ মে' ১৯৬৭ ।

৩। ডঃ জাকিৰ হুছেইনঃ
    ১৩ মে' ১৯৬৭-৩ মে'১৯৬৯ ।

৪। ভি. ভি. গিৰিঃ     ৩ মে' ১৯৬৯-২০ জুলাই ১৯৬৯ ( ভাৰপ্ৰাপ্ত ) ।

৫। মহম্মদ হেদায়েৎউল্লাঃ 
 ২০ জুলাই ১৯৬৯-২৪ আগষ্ট ১৯৬৯ ( ভাৰপ্ৰাপ্ত ) ।

৬। বৰাহগিৰি ভেংকট গিৰিঃ
২৪ আগষ্ট ১৯৬৯-২৪ আগষ্ট ১৯৭৪ ।

৭। ফকৰুদ্দিন আলী আহমদঃ
২৪ আগষ্ট ১৯৭৪-১১ ফেব্রুয়াৰী ১৯৭৭ ( কাৰ্যকালতে মৃত্যু ) ।

৮। বি. ডি. জাট্টিঃ   ১১ ফেব্রুয়াৰী ১৯৭৭-২৫ জুলাই ১৯৭৭ ( ভাৰপ্ৰাপ্ত ) ।

৯। নীলম সঞ্জীৱ ৰেড্ডিঃ ২৫ জুলাই ১৯৭৭-২৫ জুলাই ১৯৮২ ।

১০। গিয়ানী জাইল সিংঃ ২৫ জুলাই ১৯৮২-২৫ জুলাই ১৯৮৭ ।

১১। ৰামস্বামী ভেঙ্কটৰমণঃ ২৫ জুলাই ১৯৮৭-২৫ জুলাই ১৯৯২ ।

১২। ডঃ শংকৰ দয়াল শৰ্মাঃ ২৫ জুলাই ১৯৯২-২৫ জুলাই ১৯৯৭ ।

১৩। কে. আৰ. নাৰায়ণঃ ২৫ জুলাই ১৯৯২-২৫ জুলাই ২০০২ লৈ
( সম্পূৰ্ণ নাম- কোচেৰিল ৰমন নাৰায়ণ)

১৪। ডঃ এ. পি. জে. আব্দুল কালামঃ ২৫ জুলাই ২০০২-২৫ জুলাই ২০০৭ ।
( সম্পূৰ্ণ নাম- আবুল পাকিৰ জাইনুলাবদীন আব্দুল কালাম )

১৫। প্ৰতিভা দেবী সিং পাটিলঃ  ২৫ জুলাই ২০০৭-২৫ জুলাই ২০১২     
(ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি)

১৬। প্ৰণৱ মুখাৰ্জীঃ ২৫ জুলাই ২০১২-২৫ জুলাই ২০১৭ ।

১৭। ৰামনাথ কোবিন্দঃ
২৫ জুলাই ২০১৭-------বৰ্তমানলৈকে ।


ধন্যবাদ





Post a Comment (0)
Previous Post Next Post