ভাৰতৰ প্ৰধানমন্ত্ৰী সকলৰ নাম || ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে || Indian History || General Knowledge

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতৰ প্ৰধানমন্ত্ৰী সকলৰ নাম.... ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে....








১। জৱাহৰলাল নেহৰু ( ১৫ আগষ্ট ১৯৪৭-----২৭ মে' ১৯৬৪ )

২। গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত) ২৭ মে' ১৯৬৪----- ৯ জুন, ১৯৬৪ )

৩। লাল বাহাদুৰ শাস্ৰী ( ৯ জুন, ১৯৬৪----১১ জানুৱাৰী, ১৯৬৬ )

৪। গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত), ( ১১ জানুৱাৰী, ১৯৬৬----- ২৪ জানুৱাৰীলৈ ১৯৬৬ )

৫। ইন্দিৰা গান্ধী ( ২৪ জানুৱাৰী ১৯৬৬ ---- ২৪ মাৰ্চ ১৯৭৭ )

৬। মোৰাৰজী দেশাই ( ২৪ মাৰ্চ ১৯৭৭ ---- ২৮ জুলাই ১৯৭৯ )

৭। চৰন সিং ( ২৮ জুলাই ১৯৭৯ ---- ১৪ জানুৱাৰী ১৯৮০ )

৮। ইন্দিৰা গান্ধী
( ১৪ জানুৱাৰী ১৯৮০ --- ৩১ অক্টোবৰ ১৯৮৪ ) ( কাৰ্যকালতে মৃত্যু )

৯। ৰাজীৱ গান্ধী ( ৩১ অক্টোবৰ ১৯৮৪ ---- ২ ডিচেম্বৰ ১৯৮৯ )

১০। বিশ্বনাথ প্ৰতাপ সিং ( ২ ডিচেম্বৰ ১৯৮৯ ---- ১০ নবেম্বৰ ১৯৯০ )

১১। শ্ৰীচন্দ্ৰ শেখৰ ( ১০ নবেম্বৰ ১৯৯০ ---- ২১ জুন ১৯৯১ )

১২। পি. ভি. নৰসিংহ ৰাও ( ২১ জুন ১৯৯১ ---- ২৬ মে' ১৯৯৬ )

১৩। অটল বিহাৰী বাজপেয়ী ( ২৬ মে' ১৯৯৬ ---- ১ জুন ১৯৯৬ )

১৪। এইচ. ডি. দেৱ গৌড়ে ( ১ জুন ১৯৯৬ ---- ২১ এপ্ৰিল ১৯৯৭ )

১৫। ইন্দ্ৰ কুমাৰ গুজৰাল ( ২১ এপ্ৰিল ১৯৯৭ ---- ১৯ মাৰ্চ ১৯৯৮ )

১৬। অটল বিহাৰী বাজপেয়ী ( ১৯ মাৰ্চ ১৯৯৮ ---- ২২ মে'২০০৪ )

১৭। ডঃ মনমোহন সিং
( ২২ মে'২০০৪ ---- ২৬ মে' ২০১৪ )

১৮। মাননীয় নৰেন্দ্ৰ দামোদৰ দাস মোদী ( ২৬ মে' ২০১৪---- বৰ্তমানলৈ)


ধন্যবাদ




Post a Comment (0)
Previous Post Next Post