ভাৰতবৰ্ষৰ বিখ্যাত কীৰ্তস্তম্ভ আৰু উচ্চতা..... History of India.......General Knowledge....

       নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতৰ বিখ্যাত কীৰ্তস্তম্ভ আৰু উচ্চতা


ভাৰতৰ বিখ্যাত কীৰ্তস্তম্ভ আৰু উচ্চতা


১) দিল্লীৰ কুটুব মিনাৰঃ ২৮৮ ফুট ।

২) মুম্বাই ইউনিভাৰচিটি ৰাজবাৰী টাৱৰঃ ২৬০ ফুট ।

৩) আগ্ৰাৰ তাজমহলঃ ২৩০ ফুট ।

৪) তাঞ্জোৰৰ বৃদেশ্বৰ মন্দিৰঃ ২১৬ ফুট ।

৫) বিজাপুৰৰ গোল গম্বুজঃ ১৯৮ ফুট ।

৬) কাঞ্চি পুৰম একাম্বৰন্থা মন্দিৰঃ ১৮৮ ফুট ।

৭) হায়দৰাবাদৰ চাৰমিনাৰঃ ১৮৬ ফুট ।

৮) কলকাতাৰ ভেক্টৰিয়া মেমৰিয়াল হলঃ ১৮২ ফুট ।

৯) কলকাতাৰ হাইকোৰ্ট ভৱনঃ ১৮০ ফুট ।

১০) দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনঃ ১৮০ ফুট ।

১১) ফটেহপুৰ চিক্ৰীৰ বুলন্দ ভৱনঃ ১৭৬ ফুট ।

১২) মাদুৰাই মিনাক্ষি মন্দিৰঃ ১৫২ ফুট ।

১৩) পুৰীৰ জগন্নাথ মন্দিৰ। ১৪২ ফুট ।

১৪) ভৃৱনেশ্বৰ লিঙ্গৰাজ মন্দিৰঃ ১২৭ ফুট ।

১৫) চিতোৰৰ বিজয়স্তম্ভঃ ১২২ ফুট ।

১৬। সাৰনাথৰ বৌদ্ধ স্তুপঃ ১০৪ ফুট ।

you may like to see: https://abcd-iq.blogspot.com/2020/06/history-of-indiageneral-knowledge.html

১৭) কৰ্ণাটকৰ গোমতেশ্বৰ মৃৰ্তিঃ ৫৬ ফুট ।

১৮) দিল্লীৰ ইণ্ডিয়া গেটঃ ৪২ মিটাৰ ।

১৯) শিৱসাগৰৰ শিৱ দ'লঃ ৩৭ মিটাৰ ।

২০) শিৱসাগৰৰ বিষ্ণু দ'লঃ ২৩.৭২ মিটাৰ ।





সংগ্ৰহ অসম প্ৰকাশন ভাৰতী
Post a Comment (0)
Previous Post Next Post