ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মৰ তীৰ্থস্থান সমূহৰ নাম......History of India.....General Knowledge

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। মই অনুজিত সূত্ৰধৰ, আৰু ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

ভাৰতৰ বিভিন্ন ধৰ্মৰ তীৰ্থস্থান সমূহৰ নাম



ভাৰতৰ বিভিন্ন ধৰ্মৰ তীৰ্থস্থান সমূহৰ নাম



হিন্দু সকলৰ তীৰ্থস্থানঃ

১। পুস্কৰ
২। অমৰনাথ
৩। বদ্ৰীনাথ
৪। হৰিদ্বাৰ
৫। বৃন্দাবন
৬। মথুৰা
৭। প্ৰয়াগ
৮। গয়া
৯। কাশী
১০। অযোধ্যা
১১। মাদুৰাই
১২। বৈদ্যনাথধাম
১৩। পুৰী
১৪। ৰামেশ্বৰম্
১৫। কেদাৰনাথ
১৬। দ্বাৰকা
১৭। জগন্নাথ


মুছলমান সকলৰ তীৰ্থস্থানঃ

১। আজমীৰ
২। দিল্লীৰ জুম্মামছজিদ
৩। পোৱামক্কা

শিখ সকলৰ তীৰ্থস্থানঃ
১। অমৃতস্বৰৰ স্বৰ্ণমন্দিৰ
২। নানকানাচাহেব (গুৰু নানকৰ জন্মস্থান)
you like to see: https://abcd-iq.blogspot.com/2020/06/President-of-India.html

বৌদ্ধ সকলৰ তীৰ্থস্থানঃ
১। পৰেশনাথ
২। বৌদ্ধ গয়া
৩। পাহাৰা মন্দিৰ
৪। ৰাজস্থানৰ আবু পাহাৰ



সংগ্ৰহ অসম প্ৰকাশন ভাৰতী
Post a Comment (0)
Previous Post Next Post