ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ব্যক্তি সকলৰ জন্মতিথি........................

নমস্কাৰ বন্ধুসকল, abcd-iq.blogspot.com ত আপোনালোকক স্বাগতম জনাইছো। ইয়াত সকলো ধৰনৰ General Knowledge, Current Affairs, banking awareness, বিষয়ে আলোচনা কৰো। যিবোৰ C.TET, SSC, RRB, IBPS, UPSC, পৰিক্ষাত প্ৰয়োজন হয়।

প্ৰসিদ্ধ ব্যক্তি সকলৰ জন্মতিথিঃ




ভগৱান শ্ৰীৰামচন্দ্ৰ...........চ'ত মাহৰ শুক্ল কাম নৱমী তিথি।

ভগবান শ্ৰীকৃষ্ণ.............ভাদ মাহৰ কৃষ্ণপক্ষ অষ্টমী তিথি।

গৌতম বুদ্ধ............বহাগ মাহৰ শুক্ল পূৰ্ণিমা (খৃঃ ৫৬৭)।

শ্ৰীমন্ত শঙ্কৰদেৱ..........আহিন মাহৰ শুক্লা দশমী (১৪৪৯)।

মহাবীৰ স্বামী............১৫ এপ্ৰিল খৃঃ ৫৯৯।

মহৰ্ষি বাল্মীকি............আহিন মাহৰ শুক্লপক্ষৰ ১৫ তাৰিখ।

ৰজা হৰ্ষবৰ্দ্ধন...........৫৯০ চনত।

গুৰু নানক...........শুক্লা কাৰ্তিক ১৫ তাৰিখ (১৪৬৯)।

মহাৰাণা প্ৰতাপ.........৯ মে' ১৫৪০।

শিৱাজী...........১৬ এপ্ৰিল, ১৬২৭।

স্বামী বিবেকানন্দ............১২ জানুৱাৰী, ১৮৬৯।

মহাত্মা গান্ধী............২ অক্টোবৰ, ১৮৬৯।

জৱহৰলাল নেহৰু...........১৪ নৱেম্বৰ, ১৮৮৯ ।

গুৰু গোবিন্দ সিং............২২ ডিচেম্বৰ, ১৬৬৬ ।

মহাৰাণী লক্ষ্মীবাঈ...........১৬ নৱেম্বৰ, ১৮৩৫ ।

ৰামকৃষ্ণ পৰমহংস
...........১৮ ফেব্ৰুৱাৰী, ১৮৩৬ ।

নোকমান্য তিলক............২৩ জুলাই, ১৮৫৬ ।

জগদ্বীশ চন্দ্ৰ বসু...........৩০ নৱেম্বৰ, ১৮৫৮ ।

ৰবিন্দ্ৰ নাথ ঠাকুৰ..........৬ মে', ১৮৬১ ।

মদন মোহন মালব্য.........২৫ মম ১৮৬১ ।

লালা লাজপট ৰায়...........২৮ জানুৱাৰী, ১৮৬৫ ।

নেতাজী সুভাষ চন্দ্ৰ বসু.......২৩ জানুৱাৰী, ১৮৯৭ ।

ভগত সিং.............২৩ জানুৱাৰী, ১৮৯৭ ।

মহৰ্ষি অৰবিন্দ...........১৫ আগষ্ট, ১৮৭২ ।

চৰ্দাৰ বল্লভ ভাই পেটেল
..........৩১ অক্টোবৰ, ১৮৭৫ ।

বীৰ সাৱৰকৰ
............২৮ মে', ১৮৮৩ ।

ডঃ ৰাজেন্দ্ৰ প্ৰসাদ...........৩ ডিচেম্বৰ, ১৮৮৪ ।

চন্দ্ৰশেখৰ আজাদ............২৩ জুলাই, ১৯০৫ ।





সংগ্ৰহঃ অসম প্ৰকাশন ভাৰতী






Post a Comment (0)
Previous Post Next Post